Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu
Showing posts with label Download Assamese Unicode Typing Software. Show all posts
Showing posts with label Download Assamese Unicode Typing Software. Show all posts

Sunday, 23 November 2014

অসমীয়া ইউনিক'ড - Download Assamese Unicode Typing Software






           বৰ্তমানৰ এই বিশ্বায়নৰ যুগত পৃথিৱীৰ প্ৰতিটো জাতিয়ে নিজ নিজ ভাষা-সংস্কৃতিক বিস্ব-দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে । কিন্ত্তু অপ্ৰিয় হ'লেও সত্য যে এই ক্ষেত্ৰত আমি অসমীয়া জাতিয়ে এতিয়াও বহুখিনি পিছ পৰি আছো । তথাপি কেইজনমান অনুভৱী অভিজ্ঞ অসমীয়াৰ প্ৰচেষ্টাত শেহতীয়াকৈ হ'লেও অসমীয়া ভাষাই ইন্টাৰ্‌নেটৰ পৃথিৱীত ইতিমধ্যে ভুমুকি মাৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত অন্যতম এক প্ৰশংসনীয় প্ৰচেষ্টা হৈছে - ' অসমীয়া ইউনিক'ড ' । এই পদ্ধতিক ব্যৱহাৰ কৰি ইন্টাৰ্‌নেটত অসমীয়া ভাষা প্ৰচাৰৰ বাবে অনেক ছফ্‌টৱেৰ বিকশিত কৰি তোলা হৈছে । তাৰে ভিতৰত কেইটামান জনপ্ৰিয় ছফ্‌টৱেৰ তলত উল্লেখ কৰি দিয়া হৈছে আৰু লগত এটি 'ডাউনলোড লিংক' সংলগ্ন কৰা আছে  _______

১/ ৰ'দালি
২/ Xobdo-KB Assamese Phonetic Keyboard 
৩/ Assamese Input Method Editor 2 (Microsoft's BhashaIndia)
৪/ Baraha